২০২২ চন পৰ্যন্ত মানি চলিব লাগিব সামাজিক দূৰত্ব
নিয়মীয়া বাৰ্তা, ১৫ এপ্ৰিলঃ লকডাউনৰ ম্যাদ বৃদ্ধি কৰি সমগ্ৰ বিশ্বতে চলিছে ক'ৰোনা সংক্ৰমণ ৰোধৰ বাবে ব্যাপক তৎপৰতা । ভাৰতত ইতিমধ্য দ্বিতীয় পৰ্যায়ৰ লকডাউন আগন্তুক ৩ মে পৰ্যন্ত বৃদ্ধি কৰা হৈছে । অৱশ্যে লকডাউন বৃদ্ধিৰ এই সময়তে এক নতুন খবৰ আহিছে হাভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা ।
বিশ্ববিদ্যালয়খনৰ গৱেষকসকলে কৈছে যে ক'ৰোনা মোকাবিলা কৰিবৰ বাবে সমগ্ৰ বিশ্বত ২০২২…
Read More...