সুস্থ হৈ ঘৰলৈ উভতিল ক’ৰোনাত আক্ৰান্ত ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছন
নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিলঃ অৱশেষত আজি চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিল ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছন ।
উল্লেখ্য যে ২৭ মাৰ্চত ক’ভিড-১৯ ধৰা পৰিছিল ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ দেহত । তাৰ পাছতে আছুতীয়াকৈ আছিল প্ৰধানমন্ত্ৰীগৰাকী । কিন্তু স্বাস্থ্যৰ অৱস্থা অৱনতি ঘটাত ৫ এপ্ৰিলত হাস্পতালত ভৰ্তি কৰা হৈছিল প্ৰধানমন্ত্ৰী জনছনক । ইফালে প্ৰধানমন্ত্ৰীগৰাকীৰ…
Read More...