১৯৩০ চনৰ পিচত ভয়াৱহ আৰ্থিক মন্দাৱস্থাৰ সকীয়নি আইএমএফৰ মুৰব্বীৰ
নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিলঃ ১৯৩০ চনৰ বৃহৎ মন্দাৱস্থাৰ পিছত চলিত ২০২০ চনটোত ভয়াৱহ গোলকীয় আৰ্থিক মন্দাৱস্থা দেখিবলৈ পোৱা যাব । - ক'ৰোনা ভাইৰাছক লৈ বিশ্ব স্তব্ধ হৈ থকাৰ সময়তে এই সকীয়নি দিছে আন্তৰ্জাতিক মুদ্ৰা নিধি (আই এম এফ)ৰ মুৰব্বী ক্ৰিষ্টালিনা জিঅ'ৰজিভাই । বিশ্বৰ আৰ্থিক মন্দাৱস্থাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি আই এম এফৰৰ পৰিচালন সঞ্চালক জিঅ'ৰজিভাই…
Read More...