নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

আন্তঃৰাষ্ট্ৰীয়

ছুপাৰ পাৱাৰ আমেৰিকাত ২৪ ঘণ্টাতে মৃত্যু ১৪৮০ ক’ৰোনা আক্ৰান্তৰ

নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ মহামাৰী ক'ভিড-১৯ এ বিশ্বৰ ২০৫ খন দেশলৈ সংক্ৰমিত হোৱাৰ সময়তে ৬২,৪৪৪ জন লোক প্ৰাণ লৈছে । সমগ্ৰ বিশ্বত শেহতীয়া তথ্য মতে, এই মহামাৰীত আক্ৰান্ত হৈছে ১১,৬১,৮৮৯ জন লোক । শনিবাৰে পুৱাৰ পৰা মাত্ৰ সম্পূৰ্ণ দিনটোতে প্ৰাণ হেৰুৱাইছে ২,২৭৪ জন লোকে । দিনটোত নতুনকৈ সংক্ৰমিত হৈছে ৪৫,২৪৬ জন লোক । এই মহামাৰীত সৰ্বাধিক আক্ৰান্ত হোৱা দেশখন হ'ল…
Read More...

প্ৰাণঘাতী ক’ৰোনা সংক্ৰমণত ‘অমৰত্ব’ লাভ কৰা স্পেইনৰ এখন চহৰ

নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ সময়ৰ হিচাপত মাত্ৰ কেইটামান দিন । কোনেও ভাবিবই পৰা নাছিল এই দিনকেইটাৰ ভিতৰতে যে এখন দেশ…

ক’ৰোনাৰ সংক্ৰমণত বিশ্বৰ ভিন্ন প্ৰান্তত ১৫জন ভাৰতীয়ৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ ক'ৰোনা মহামাৰীত বিশ্বৰ ভিন্ন প্ৰান্তত থকা মুঠ ১৫ জন ভাৰতীয় লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে ।…

ক’ভিড-১৯ ভাইৰাছৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজিব ভাৰত-আমেৰিকাই

নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শনিবাৰে মন্তব্য কৰিছে যে ক'ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে ভাৰতে…

একবিংশ শতিকাৰ চিকিৎসা বিজ্ঞানলৈ চৰম প্ৰত্যাহ্বানঃ বিশ্বজুৰি ক’ৰোনাৰ ত্ৰাস

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ একবিংশ শতিকাৰ চিকিৎসা বিজ্ঞানলৈ ভয়ংকৰ প্ৰত্যাহ্বান কঢ়িয়াই আনি মহামাৰী ক'ভিড-১৯ এ সমগ্ৰ…

ইছলামক বিশ্বাস নকৰা দখলদাৰী সেনাই বিয়পাইছে ক’ৰোনা

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ বিশ্বজুৰি মাৰাত্মক ক'ৰোনা ভাইৰাছ সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে আফ্ৰিকান ৰাষ্ট্ৰ ছোমালিয়াত…

স্কটলেণ্ডত হ’বলগীয়া জলবায়ু সন্মিলন প্ৰত্যাহাৰ

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ আগন্তুক নৱেম্বৰত হ'বলগীয়া ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলন চিঅপি২৬ ক'ৰোনা ভাইৰাছৰ বাবে পিছুৱাই…

২২২ বছৰ পাচত প্ৰথমবাৰৰ বাবে বাতিল হ’ব পাৰে হজ

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ মহামাৰী ক'ৰোনা ভাইৰাছে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ছৌদি আৰৱত । যাৰ পৰিপ্ৰেক্ষিতত মুছলমান সমাজৰ…

ক’ৰোনা প্ৰতিৰোধত ব্যৰ্থ পাকিস্তান

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ মাৰাত্মক ক'ৰোনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে পাকিস্তান। মাৰাত্মক এই…

ক’ৰোনাৰ সংহাৰক লৈ উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থাঃ স্পেইনতো মৃত্যুৰ কিৰীলি

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ বিশ্বব্যাপী মাৰাত্মক ক'ভিড-১৯ ৰ সংহাৰ অব্যাহত আছে । তিনি মাহৰ ভিতৰতে বিশ্বৰ ২০৩ খন দেশলৈ…