দৰিদ্ৰৰ বাবে মোডী চৰকাৰে লোৱা পদক্ষেপক WHOৰ প্ৰশংসা
নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ মহামাৰী ক'ৰোনা ভাইৰাছৰ শৃংখল ভংগ কৰিবলৈ দেশত বলৱৎ হোৱা লকডাউনৰ সময়ত ক্ষতিৰ সন্মুখীন হোৱা দৰিদ্ৰ লোকৰ কাৰণে মোডী চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই । সংস্থাৰ মুৰব্বী টেড্ৰ'ছ আধানম গেব্ৰেয়েছাছে টুইটযোগে লকডাউনৰ সময়ত দুখীয়া লোকক চৰকাৰে খাদ্য যোগান, নগদ ধন লেনদেন আৰু বিনামূলীয়া গেছ যোগান ধৰাৰ বাবে…
Read More...