কিয় হঠাৎ আমেৰিকাত বৃদ্ধি পাইছে বন্দুক–গুলীৰ বিক্রী ? জানি আচৰিত হ’ব আপুনি
নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ আশ্চর্যজনকভাৱে আমেৰিকা যুক্তৰাষ্ট্রত বৃদ্ধি পাইছে বন্দুক–গুলীৰ বিক্রী৷ ঘাতক ক’ৰোনা ভাইৰাছৰ বাবে শংকিত আমেৰিকাবাসী অত্যাৱশ্যকীয় সা–সামগ্রীৰ বিপৰীতে অস্ত্র ক্রয়ত প্রাধান্য দিছে৷ মার্কিন যুক্তৰাষ্ট্রৰ ৫০ খন দেশলৈ প্রাণঘাতী ভাইৰাছটোৰ সংক্রমণ সম্প্রসাৰিত হৈ প্রায় ১০,০০০ লোক আক্রান্ত হোৱাৰ লগতে ১৫৫ জন লোকে প্রাণ হেৰুৱাইছে৷ ভয়াৱহ…
Read More...