বিশ্ব স্বাস্থ্য সংস্থাৰ ‘ছেফ হেণ্ডছ চেলেঞ্জ’
নিয়মীয়া বাৰ্তা, ১৮ মার্চঃ ঘাতক ক’ৰোনা ভাইৰাছক লৈ জনতাৰ মাজত সজাগতা আৰু পৰিচ্ছন্নতাৰ গুৰুত্বক জনাবলৈ বিশ্ব স্বাস্থ্য সংস্থাই মুকলি কৰিলে ‘ছেফ হেণ্ডছ চেলেঞ্জ’ অভিযান ৷ বিশ্ব স্বাস্থ্য সংস্থাই ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে জনতাক সহায় কৰিবলৈ পৰিচ্ছন্ন হাতৰ শক্তিক লৈ এক ভিডিঅ’ মুকলি কৰিছে ৷ এই অভিযানত অংশ ল’বলৈ প্রতিগৰাকী জনতাক আহ্বান জনাই তেওঁলোকে নিজৰ হাত…
Read More...