বাংলাদেশ পালেহি ক’ৰোনাঃ ৩ জনক চিনাক্ত
নিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃ ভাৰতৰ চুবুৰীয়া দেশ বাংলাদেশতো পোৱা গৈছে ক'ৰোনা আক্ৰান্ত ৰোগী । বৰ্তমানলৈকে তিনিজন লোকৰ দেহত ক'ৰোনা ভাইৰাছৰ অৱস্থিতি লাভ কৰাৰ কথা স্বীকাৰ কৰিলে সংশ্লিষ্ট বিভাগে ।
কৰ্তৃপক্ষই জনোৱা অনুসৰি আক্ৰান্তসকলৰ বয়স ২০ ৰ পৰা ৩৫ । তিনিজন ক'ৰোনা আক্ৰান্তৰ মাজত আছে এগৰাকী মহিলাও । আক্ৰান্ত তিনিজনৰ মাজৰ দুজন সম্প্ৰতি ইটালীৰ পৰা আহি উপস্থিত…
Read More...