গ্রীনলেণ্ড–এণ্টার্কটিকাৰ ৬.৪ লাখ কোটি টন বৰফ গলি নিঃশেষ
নিয়মীয়া বাৰ্তা, ১৩ মার্চঃ গ্রীনলেণ্ড আৰু এণ্টার্কটিকা হৈছে পৃথিৱীৰ বৰফৰ ভঁৰাল৷ কিন্তু ১৯৯০ দশকৰ তুলনাত এই গ্রীনলেণ্ড আৰু এণ্টার্কটিকাৰ বৰফ ৬ গুণ হ্রাস পাইছে৷ শেহতীয়াকৈ উপগ্রহ ছবিৰ তথ্যই পোহৰলৈ আনিছে এই শিহৰণকাৰী সত্য৷ বিজ্ঞানীসকলে উল্লেখ কৰা অনুসৰি গ্রীনলেণ্ড আৰু এণ্টার্কটিকাৰ বৰফীয় স্তৰ গলনৰ ফলত পৃথিৱী গ্রহলৈ নামি আহিছে বিষয়টো৷ ১৯৯২ৰ পৰা ২০১৭লৈ…
Read More...