ব্ৰুহানত ভাৰতৰ বিমানৰ প্রৱেশৰ অনুমতি নাই
নিয়মীয়া বাৰ্তা, ২২ ফেব্রুৱাৰীঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ অভিকেন্দ্র হিচাপে চিহ্ণিত হোৱা চীনৰ হুবেই প্রদেশৰ ৱুহান চহৰত বিশেষ ভাৰতীয় বিমান প্রৱেশৰ ক্ষেত্রত অনুমতি দিয়াত কোনোধৰণৰ বিলম্ব ঘটোৱা নাই বেইজিং প্রশাসনে ৷ এই বিষয়টোক লৈ বিভিন্ন মহলে চীনৰ বিৰুদ্ধে অভিযোগ আনিছে যদিও বেইজিং প্রশাসনে স্পষ্ট কৰি দিছে যে ৱুহানৰ পৰা ভাৰতীয় লোকসকলৰ গৃহভূমিলৈ ওভতাই নিয়াৰ…
Read More...