চৰকাৰী বাহিনীৰ বোমাবর্ষণঃ ছিৰিয়াৰ ইডলিবত ৯ লাখ লোকৰ ঘৰ এৰি পলায়ন
নিয়মীয়া বাৰ্তা, ১৯ ফেব্রুৱাৰীঃ গৃহযুদ্ধ বিধ্বস্ত ছিৰিয়াৰ পূর্বোত্তৰ ইডলিব প্রদেশৰ বিদ্রোহী নিয়ন্ত্রিত অঞ্চলত দেশখনৰ সেনাৰ অভিযান বৃদ্ধি পোৱাৰ লগে লগে ৰাষ্ট্রসংঘকে ধৰি বিভিন্ন দাতব্য সংস্থাৰ সাহায্য অভিযানলৈ আহি পৰিছে প্রত্যাহ্বান ৷ শেহতীয়াকৈ বিশ্বৰ সর্বোচ্চ সংস্থাটোৱে সদৰী কৰা অনুসৰি যোৱা ডিচেম্বৰ মাহৰ পৰা ইডলিবৰ পৰা ঘৰ এৰি পলায়ন কৰিবলৈ বাধ্য হৈছে…
Read More...