বাফ্টা বঁটাৰ মনোনয়ন নাপালে কৃষ্ণাংগ অভিনেতাই; ক্ষুব্ধ অস্কাৰ বিজয়ী অভিনেত্রী মিৰেন
নিয়মীয়া বাৰ্তা ৩ ফেব্ৰুৱাৰীঃ বাফ্টা বঁটাৰ বাবে কোনো কৃষ্ণাংগ অভিনেতা–ভিনেত্রীয়ে মনোনয়ন লাভ নকৰা বিষয়টোত তীব্র ক্ষোভ উজাৰিছে অস্কাৰ বিজয়ী অভিনেত্রী হেলেন মিৰেনে৷ বাফ্টা বঁটা এতিয়া বৈষম্যমূলক হৈ পৰা বুলি ইংগিত দিছে মিৰেনে৷ অভিনেত্রীগৰাকীয়ে ব্রিটিছ চলচ্চিত্র তথা টেলিভিছন অনুৰাগীসকলক কৃষ্ণাংগ অভিনেতা–ভিনেত্রীৰ মনোনয়নৰ বাবে সৰৱ দাবী উত্থাপন কৰিবলৈ…
Read More...