ইৰান-ইজৰাইল সংঘাত-ত নোসোমাবলৈ আমেৰিকাক সকীয়নি খামেনেইৰ
ইৰান-ইজৰাইল সংঘাত-ত আমেৰিকাক নোসোমাবলৈ সকীয়নি খামেনেইৰ
নিউজ ডেস্ক, ১৯ জুন : ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইয়ে টেলিভিছনযোগে তেওঁ মূল ক্ষমতাসমূহ সামৰিক বাহিনীক অৰ্পণ কৰিছে। লগতে তেওঁ মাটিৰ তলৰ বাংকাৰলৈ আশ্ৰয় লোৱাৰ বাতৰি প্ৰকাশ পাইছে।
ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেই ড’নাল্ড ট্ৰাম্পৰ ‘বিনা চৰ্ত আত্মসমৰ্পণ’ৰ আহ্বান নাকচ কৰি…
Read More...