ব্লু অৰিজিনৰ মহাকাশ মিছনত ৬ মহিলা
🔹 অভিলেখ সৃষ্টিৰ দিশে মার্কিন ধনকুবেৰ জেফ বেজ’ছ
নিউজ ডেস্ক, ৪ এপ্রিল : মার্কিন ধনকুবেৰ জেফ বেজ’ছৰ ব্লু অৰিজিন কোম্পানীয়ে মহাকাশ পর্যটনৰ ওপৰত গুৰুত্ব প্রদান কৰি আহিছে৷ ইতিমধ্যে দহবাৰকৈ মহাকাশলৈ মানুহ প্রেৰণ কৰিছে ব্লু অৰিজিনে৷ এইবাৰ এই সংস্থাটোৱে ছগৰাকী মহিলাক মহাকাশলৈ প্রেৰণ কৰিবলৈ সাজু হৈছে৷ এয়া হ’ব মহাকাশলৈ ব্লু অৰিজিনৰ মহাকাশ যানৰ একাদশ…
Read More...