ইনষ্টাগ্রাম কেৱল ছোৱালীৰ বাবে… কোনে আৰু কিয় ক’লে এই কথা
এলন মাস্কে বিতর্কিত মন্তব্য কৰাটো নতুন কথা নহয়৷ তেওঁ নিজেই এক্স হেণ্ডেলৰ মালিক৷ সেইবাবে আন সামাজিক মাধ্যমক লৈ তেওঁ স্পর্শকাতৰ৷ কিছুদিন পূর্বে তেওঁ কৈছিল, ‘মই হোৱাটছএপক বিশ্বাস নকৰোঁ৷’
এইবাৰ তেওঁ মন্তব্য কৰিছে, ‘ইনষ্টাগ্রাম ছোৱালীবোৰৰ বাবে৷’ সামাজিক মাধ্যমৰ এটা থ্রেডত আলোচনা চলিছিল যে সামাজিক মাধ্যম ব্যৱহাৰৰ অভ্যাসসমূহে কিদৰে মানুহৰ জীৱনৰ বিভিন্ন…
Read More...