ভাৰত মহাসাগৰত সন্তর্পণে শক্তি বৃদ্ধি পাক–চীনৰ
ডিজিটেল ডেস্ক, ১ জুন : ভাৰত মহাসাগৰত সন্তর্পণে শক্তি বৃদ্ধি কৰি আছে চীন আৰু পাকিস্তানে৷ এই ধাৰণা ভাৰতৰ নৌসেনা মুৰব্বী দীনেশ ত্রিপাঠীৰ৷
শনিবাৰে সংবাদ মাধ্যমক দিয়া এটা সাক্ষাৎকাৰত তেওঁ দাবী কৰে যে জলক্ষেত্রত ভাৰতৰ বাবে দ্বিমুখী প্রত্যাহ্বানৰ সৃষ্টি হৈছে৷ কিন্তু তাৰ বাবে ভাৰতীয় নৌসেনা প্রস্তুত৷ সমুদ্রৰ তলত নিৰীক্ষণৰ পৰা আৰম্ভ কৰি দূৰব্যাপী সামুদ্রিক…
Read More...