আইৰন ডোম -ৰ দর্পচূর্ণ কৰি ইজৰাইলৰ বক্ষত আঘাত ইৰানৰ
🔹 আইৰন ডোম -ৰ দর্পচূর্ণ কৰি ইজৰাইলৰ বক্ষত আঘাত ইৰানৰ
🔹 মধ্যপ্রাচ্যত ভয়ংকৰ যুদ্ধৰ আশংকা
নিউজ ডেস্ক, ১৫ জুন : ভয়াৱহ যুদ্ধৰ জুই জ্বলি উঠিছে মধ্যপ্রাচ্যত৷ ইজৰাইলৰ আক্রমণত ইৰানৰ সেনাৰ মুৰব্বী আৰু ৯গৰাকী পৰমাণু বিজ্ঞানীসহ ৭৮গৰাকী লোক নিহত হোৱাৰ পিছতে প্রত্যাক্রমণ আৰম্ভ কৰে ইৰানে৷ লক্ষণীয়ভাৱে ইজৰাইলৰ আক্রমণত আহত হৈছে ৩২০গৰাকী ইৰানৰ নাগৰিক৷ কিন্তু…
Read More...