কাৰাবন্দী ৫০০ ভাৰতীয় নাগৰিকক মুকলি : ১,৫১৮ বন্দীক ক্ষমা প্রদান
🔹 ৰমজান উপলক্ষে সংযুক্ত আমিৰশ্বাহীৰ উপহাৰ
নিউজ ডেস্ক, ২৯ মার্চ : ৰমজান উপলক্ষে সংযুক্ত আমিৰশ্বাহী চমুকৈ ইউএই–এ ১,৫১৮ কাৰাবন্দীক ক্ষমাদান কৰাৰ সমান্তৰালকৈ ১,২৯৫ বন্দীক মুকলি কৰিলে৷ ইয়াৰ ভিতৰত ৫০০তকৈ অধিক ভাৰতীয় নাগৰিকো আছে৷ চৰকাৰৰ বিবৃতিত প্রকাশ পোৱা মতে, ইউএইৰ ৰাষ্ট্রপতি শ্বেখ মহম্মদ বিন জায়েদ অল–নাহিয়ানে ১,২৯৫ কাৰাবন্দীক মুকলি কৰি দিয়াৰ নির্দেশ…
Read More...