কৰোনাকালত প্রকৃতিৰ মাজলৈ যাবলৈ বিচাৰিছে মানুহ
ক'ভিডৰ বাবে কিছুমান নতুন অভ্যাস আকৌ উভতি আহিছে সচেতন মানুহৰ মাজত। স্বাস্থ্য পুনৰুদ্ধাৰৰ বাবে পৰিৱেশ সলনি কৰিবলৈ প্রকৃতিৰ মাজলৈ যাবলৈ বিচাৰিছে মানুহ। এটি গৱেষণাত প্ৰকাশ পাইছে যে কৰোনাকালত ভ্রমণৰ ধাৰণা সলনি হৈছে। মানুহে এনে ঠাইলৈ ঘূৰিবলৈ যাব বিচাৰে, য'ত ভিৰ কম। চহৰ নহয়, মূলতঃ গাওঁ বা প্রাকৃতিক পৰিৱেশতহে সময় কটাব বিচাৰিছে। প্রকৃতিৰ মাজত সময় কটাবলৈ…
Read More...