কৰোণাকালত পুনৰ ঘৰৰ পৰা কাম কৰিবলগীয়া হৈছে? কামত মন বহাবলৈ কি কৰিব-
মানুহে কেনেবাকৈ কাৰ্যালয়মুখী হৈছিলহে। পুৰণি ৰুটিনখন কিবাকৈ ঘূৰাই পাইছিলহে। আকৌ ক'ভিড পৰিস্থিতিৰ বাবে ঘৰৰ পৰা কাম কৰিব লগা হৈছে অনেকেই। হঠাৎ এই ৰুটিন সলনি হোৱাৰ বাবে বহুতৰে সমস্যা হৈছে। ঘৰৰ পৰা কামত মন বহাব পৰা নাই। প্রথমে ঘৰৰ কোনো এটি অংশ কামৰ বাবে নির্দিষ্ট কৰি লওক। তাৰ পাছত কিছু নিয়ম মানি চলিব। তেনেকুৱা হলে অলপ সময়ৰ ভিতৰতে মনযোগ দি কাম কৰিব…
Read More...