আজিৰ দিনটোৰ ৰাশিফল
মেষঃ কর্ম আৰু ইচ্ছাশক্তিৰ গতি বৃদ্ধি পাব৷ শত্রুৰ পৰাক্রম কমিব৷ ভ্রমণৰ ফলত আনন্দ৷ নিবনুৱাৰ কর্মসংস্থাপনৰ কিছু আশা আছে৷ বিদ্যাত ভালেই দেখা যায়৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৪৷
বৃষঃ কর্মক্ষেত্রত কোনো নভবা প্রসংগই আমনি দিব পাৰে৷ মানসিক দিশত জেদ আগ্রহ হ’ব৷ বিদ্যাত চেষ্টাৰ সুফল পাব৷ ব্যৱসায়ীসকলৰ নতুন সুযোগৰ আশা৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৪৷
মিথুনঃ অস্থিৰতা…
Read More...