অপেক্ষা ২৩ অক্টোবৰলৈ : বাইশ গজত ভাৰত-পাকিস্তান : ৰূপালী পৰ্দাত শ্বাহৰুখ-ছালমানৰ যুঁজ
বিশেষ বাৰ্তা, ১৪ অক্টোবৰঃ শ্বাহৰুখ খান আৰু ছলমান খানক বলীউডৰ প্ৰবীণ অভিনেতাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে। দুয়োখন ছবিৰ ওপৰত আজিকালি যথেষ্ট চৰ্চা চলিছে। ‘পাথান’ৰ পৰা শ্বাহৰুখে কামবেক কৰিবলৈ ওলাইছে যদিও অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে ‘ভাই জান কিচি কী জান’ৰ বাবে। ইফালে, খবৰ আহি আছে যে অতি সোনকালে দুয়োখন ছবিৰ টিজাৰৰ এক প্ৰচণ্ড সংঘৰ্ষ চাবলৈ পাব। আই…
Read More...