ঈদৰ সাজত মুগ্ধ অনুৰাগী! গৰমত কেনেকৈ যতন লয় ছালৰ, ক’লে মোহময়ী ছোহাই
বিশেষ বাৰ্তা, ৪ মেঃ পৰিয়ালৰ সৈতেই ঈদ-উল-ফিতৰ পালন কৰিছে অভিনেত্রী ছোহা আলী খানে। ঈদৰ সময়ত পিন্ধা ছোহাৰ ধুনীয়া পোছাকযোৰে সকলোৰে নজৰ আকৰ্ষণ কৰিছে। উজলিছে ছোহাৰ ছালখন। কেনেকৈ ৰূপচর্চা কৰে এইগৰাকী বলীউড তাৰকাই, বহুতেই জানিব বিচাৰে।
ছোহাৰ মতে ঋতু পৰিৱর্তনৰ লগে লগে ৰূপচর্চাৰ ধৰণো সলনি কৰিব লাগে। শৰীৰটো সুস্থকৈ ৰাখিব পাৰিলেই তাৰ উজ্জ্বলতা দেখা যায়…
Read More...