কেৱল মাত্ৰ তৃষ্ণা নিবাৰণ নে? কুঁহিয়াৰৰ ৰসে আঁতৰাব পাৰে এইবোৰ সমস্যা
বিশেষ বাৰ্তা, ৮ এপ্ৰিলঃ গৰম পৰিল। বাটৰ কাষত এতিয়া কুঁহিয়াৰৰ ৰস বিক্ৰী কৰা ব্যৱসায়ীসকলক দেখা যাব। গ্রীষ্মৰ দাহনৰ পৰা অলপ শান্তি পাবলৈ বহুতেই খায় কুঁহিয়াৰৰ ৰস। কিন্তু জানেন কেৱল মাত্ৰ তৃষ্ণা নিবাৰণেই নহয়, কুঁহিয়াৰৰ ৰসত আছে এনে বহু গুণ যিয়ে স্বাস্থ্যৰ পক্ষেও ভাল। বিশেষজ্ঞই কোৱা তেনে কেইটামান কথা চাওঁ আহক-
১। ছাল আৰু চুলি ভালে ৰখা: বিশেষজ্ঞৰ মতে…
Read More...