Google Maps-এ সমগ্ৰ বিশ্বৰ পৰা লুকুৱাই ৰখা ৫ টা বিশেষ স্থান, জানক আঁৰৰ কাহিনী
নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ সাধাৰণতে এটুকুৰা ঠাইৰ অৱস্থান চাবলৈ বা ঠাই এখনলৈ যাবলৈ গুগল মেপ ব্যৱহাৰ কৰা হয়। কিন্তু পৃথিৱীৰ এনে কিছুমান ঠাই আছে, যিবোৰ ঠাই গুগল মেপত দৃশ্যমান নহয়। এনে কিছুমান ঠাই হ’ল -
১. এপলৰ মুখ্য কাৰ্যবাহী বিষয়া টিম কুকৰ পালো অল্টো হাউচ, কেলিফৰ্ণিয়া
কেলিফৰ্ণিয়াত এপলৰ মুখ্য কাৰ্যবাহী বিষয়া টিম কুকৰ পালো অল্টো হাউচে গুগল মেপত…
Read More...