শতায়ুত বিয়া ! গীনিজ অভিলেখ দম্পতীৰ
🔹 আমেৰিকাত বার্নি–মেজৰিক লৈ ব্যাপক চর্চা
নিউজ ডেস্ক, ১০ ডিচেম্বৰ : ১০০ বছৰীয়া ‘তৰুণ’–এ বিয়া কৰালে ১০২ বছৰ বয়সীয়া ‘তৰুণী’ক৷ দুয়োৰে বয়সৰ সমষ্টি ২০২ বছৰ ২৭১ দিন৷ শতায়ু গৰকা ব্যক্তি হিচাপে বিবাহপাশত আবদ্ধ হৈ গীনিজ ৱর্ল্ড ৰেকর্ডত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে আমেৰিকাৰ ফিলাডেলফিয়াৰ বাসিন্দা বার্নি লিটমেনে৷ লিটমেনে আঙঠি পিন্ধাই দিছে ৯ বছৰ পূর্বে…
Read More...