১,৫০০ কেজিৰ ‘আনমোল’ৰ বিলাসী জীৱন
🔹 ২৩ কোটি মূল্যৰ পোহনীয়া ম’হে প্রতিদিনে খায় ২০টা কণী
নিউজ ডেস্ক, ১৬ নৱেম্বৰ : 'আনমোল'ৰ বিলাসী জীৱন ধাৰণে এতিয়া সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে৷ আনমোলক পালন কৰা গৰাকী গিলে প্রতিদিনে তাৰ খাদ্যৰ নামত খৰচ কৰিছে ১৫০০ টকা! কোনো ব্যক্তি নহয়, এয়া এটা পোহনীয়া ম’হহে৷ হাৰিয়ানাৰ এই ম’হটোক প্রতিদিনে উচ্চ কেলৰিযুক্ত খাদ্য খুৱাবলগীয়া হৈছে গিলে৷ আনমোল নামৰ এই…
Read More...