ভুৱা আদালতত নিজেই বিচাৰক, গোচৰৰ ৰায়দান কৰে প্রতাৰকে
🔹 ৫ বছৰ ধৰি গান্ধী নগৰত প্রতাৰণাৰ ভয়ংকৰ সাম্রাজ্য
নিউজ ডেস্ক, ২৩ অক্টোবৰ : প্রতাৰণাৰ প্রতিযোগিতা হ’লে প্রথম হ’ব গুজৰাটৰ বাসিন্দা মৰিছ ছেমুৱেল ক্রিষ্টিয়ান৷ গান্ধীনগৰৰ বাসিন্দা ক্রিষ্টিয়ানে ভুৱা আদালত খুলি বিচাৰক হৈ বহি আছিল৷ একাধিক গোচৰত ৰায়দানো কৰিছিল ক্রিষ্টিয়ানে৷ বিষয়টো পোহৰলৈ অহাৰ লগে লগে আৰক্ষীৰ চকু কপালত উঠিছে৷ বিগত ৫ বছৰ ধৰি এই ভুৱা আদালত…
Read More...