দেশৰ স্বাধীনতাক লৈ বিতর্কিত মন্তব্য কৰি সংকটত কংগনা
নিউজ ডেস্ক, ৯ অক্টোবৰ : ‘১৯৪৭ চনৰ স্বাধীনতা ভিক্ষা আছিল, ভাৰতে আচলতে স্বাধীনতা লাভ কৰিছে ২০১৪ চনত৷’– তিনি বছৰ পূর্বে সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত এই মন্তব্য আগবঢ়াই বিতর্কৰ সৃষ্টি কৰিছিল অভিনেত্রী কংগনা ৰাণাৱটে৷ বিজেপিৰ টিকটত সাংসদ হোৱাৰ পাছত এইবাৰ সেই মন্তব্যই সমস্যাত পেলাইছে অভিনেত্রীগৰাকীক৷ বিতর্কিত মন্তব্যৰ বাবে বিজেপি সাংসদগৰাকীলৈ জাননী…
Read More...