ফেচবুকৰ বাবে ওভতাই পালে ৫৭ বছৰ পুৰণি ভিডিঅ’
🔹 মধুৰ সময়ৰ স্মৃতি সজীৱ হ’ল অষ্ট্রেলিয়ান দম্পতীৰ
নিউজ ডেস্ক, ১৫ অক্টোবৰ : মাজত ৫৭টা বছৰ পাৰ হৈ গৈছে৷ ভাগ্যৰ পৰিহাসত জীৱনৰ অতি আনন্দৰ মুহূর্তৰ ছবিবোৰ হেৰুৱাই পেলাইছিল এক দম্পতীয়ে৷ সেয়া ওভতাই দিলে ফেচবুকে! ১৯৬৭ চন৷ এক অষ্ট্রেলিয় দম্পতী আইলিন টার্নবুল আৰু বিলে দীর্ঘদিনীয়া প্রণয়ৰ সম্পর্কৰ পাছত বিবাহপাশত আবদ্ধ হয়৷ কিছুদিন পিছত বিয়াৰ ছবি আৰু ভিডিঅ’বোৰ…
Read More...