হাতত হাত থৈ ইচ্ছামৃত্যু সপত্নীক নেদাৰলেণ্ডৰ প্রাক্তন প্রধানমন্ত্রীৰ
🔹 প্রেমৰ অনন্য নিদর্শন ড্রায়াছ ভন এজেটৰ
বিশেষ বাৰ্তা, ১৬ ফেব্রুৱাৰী : সমগ্র জীৱন একেলগে থকাৰ পাছত মৃত্যুবৰণো কৰিলে একেলগে৷ হাতৰ ওপৰত হাত ৰাখি নেদাৰলেণ্ডৰ প্রাক্তন প্রধানমন্ত্রী ড্রায়াছ ভন এজেট আৰু তেওঁৰ পত্নীয়ে স্বেচ্ছাই মৃত্যুবৰণ কৰিলে৷ দুয়োৰে বয়স হৈছিল ৯৩ বছৰ৷ নেদাৰলেণ্ডৰ আইন মানি পৃথিৱীৰ পৰা কোনোদিনে উভতি নহাৰ জগতলৈ যাত্রা কৰিলে এই বৃদ্ধ…
Read More...