এসময়ত অসমৰ একাংশ ব্রাহ্মণে ভক্ষণ কৰিছিল গো–মাংস
🔹 পুৰীৰ শংকৰাচার্যৰ বিতর্কিত মন্তব্য
নিউজ ডেস্ক, ২৮ জুন : অসমৰ ব্রাহ্মণ সমাজক লৈ বিতর্কিত মন্তব্য আগবঢ়াইছে পুৰীৰ শংকৰাচার্যই৷ অসমৰ একাংশ ব্রাহ্মণে এসময়ত গো–মাংস ভক্ষণ কৰা বুলি বিতর্কিত মন্তব্য কৰি পুৰীৰ শংকৰাচার্য স্বামী নিছলানন্দ সৰস্বতীয়ে বিতর্কৰ মাজত সোমাই পৰিছে৷
সামাজিক মাধ্যম এক্সত প্রকাশ কৰা মতে, পুৰীৰ শংকৰাচার্যই অন্ধবিশ্বাসৰ বাবেই অসমৰ…
Read More...