কয়লা খনিত ভয়াৱহ বিস্ফোৰণত কমেও ৯০জনৰ জীৱন শেষ
ডিজিটেল ডেস্ক, ২৩ মে' : চীনত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। কয়লা খনিত হোৱা ভয়াৱহ বিস্ফোৰণৰ ফলত কমেও ৯০জন লোকৰ মৃত্যু হোৱা বুলি খবৰ প্ৰকাশ পাইছে। সূত্ৰৰ খবৰ অনুসৰি, এতিয়াও খনিটোৰ ভিতৰত বহু লোক আবদ্ধ হৈ আছে। যুদ্ধকালীন তৎপৰতাৰে চলিছে উদ্ধাৰ অভিযান।
তথ্য অনুসৰি, শুকুৰবাৰে সন্ধিয়া ৭:৩০ বজাত উত্তৰ শ্বানসি প্ৰদেশৰ চাংঝি চহৰৰ লিউশ্বেনিউ কয়লা খনিত হঠাৎ…
Read More...