কৃত্রিম বৰষুণৰ পূর্বে প্রাকৃতিক বৰষুণে ধুই নিলে দেশৰ ৰাজধানীৰ প্রদূষণ
🔹 যুগ্ম–অযুগ্ম নম্বৰ প্লেটৰ গাড়ী চলোৱাৰ নিয়ম বাতিল
বিশেষ বাৰ্তা, ১০ নৱেম্বৰ : এজাক বৰষুণে সাময়িকভাৱে শ্বাসৰুদ্ধ পৰিৱেশৰ পৰা সকাহ দিলে দিল্লীবাসীক৷ প্রদূষিত বায়ুৰ বাবে শ্বাস–প্রশ্বাসৰ সমান্তৰালকৈ স্বাস্থ্যৰ ভাবুকিৰ মাজত স্বাভাৱিক জীৱন ব্যাহত হোৱা দিল্লীবাসীক আজি পুৱা এজাক বৰষুণে সাময়িকভাৱে সকাহ দিলে৷ দেশৰ ৰাজধানী দিল্লীৰ নাগৰিকে বৰষুণৰ বাবেই…
Read More...