প্রধানমন্ত্রী মোদীৰ বক্তব্যসমৃদ্ধ গীত গ্রেমী বঁটাৰ বাবে মনোনীত
🔹 বেষ্ট গ্ল’বেল কেটেগৰীত ‘এবানডেঞ্চ ইন মিলেটছ’
বিশেষ বাৰ্তা, ১২ নৱেম্বৰ : সন্মানীয় গ্রেমী বঁটা ২০২৪ৰ বাবে মনোনীত গীতত প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ প্রখ্যাত কণ্ঠশিল্পী, গীতিকাৰ ফাল্গুনী শ্বাহ আৰু কণ্ঠশিল্পী গৌৰৱ শ্বাহ পৰিৱেশিত ‘এবানডেঞ্চ ইন মিলেটছ’ শীর্ষক গীতটো ২০২৪ বর্ষৰ গ্রেমী বঁটাৰ বেষ্ট গ্ল’বেল মিউজিক পাৰফর্মেঞ্চ কেটেগৰীত মনোনীত হৈছে৷ এই…
Read More...