ডাৱৰ বিস্ফোৰণত বিধ্বস্ত ছিকিমত আবদ্ধ ১৪২ শিক্ষার্থীক উদ্ধাৰ
ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ অক্টোবৰ : ডাৱৰ বিস্ফোৰণৰ ফলত ছিকিমত সৃষ্টি হোৱা প্রলয়ংকৰী বানত আবদ্ধ অসমৰ ১৪২জন শিক্ষার্থীক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছে৷ অসম চৰকাৰে বিশেষ পদক্ষেপ গ্রহণ কৰি এই শিক্ষার্থীসকলক উদ্ধাৰ কৰি অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছেৰে জলপাইগুৰিলৈ লৈ আহে৷ ইয়াৰ পৰাই তেওঁলোকক গুৱাহাটী অভিমুখে লৈ অহা হৈছে বুলিও জানিব পৰা গৈছে৷ ছিকিমৰ ৰংপ’ আৰু…
Read More...