পাকিস্তানৰ সংবাদ মাধ্যম নিয়ন্ত্রণ কৰিছে চীনে
🔹 মার্কিন সংবাদ সংস্থাৰ বিস্ফোৰক তথ্য
বিশেষ বাৰ্তা, ৬ অক্টোবৰ : পাকিস্তানৰ সংবাদ মাধ্যমক সম্পূর্ণৰূপে নিয়ন্ত্রণ কৰিব বিচাৰিছে চীনে৷ শেহতীয়াকৈ এই দাবী কৰিছে মার্কিন সংবাদ মাধ্যমে৷ আমেৰিকাৰ এক সংবাদ সংস্থাৰ প্রতিবেদন অনুসৰি, সমগ্র বিশ্বৰ সংবাদ মাধ্যমক নিয়ন্ত্রণ কৰিব বিচাৰিছে বেইজিং প্রশাসনে৷ শেহতীয়াকৈ চীনৰ মদতপুষ্ট হৈ ভাৰতবিৰোধী প্রচাৰ চলোৱাৰ…
Read More...