ঝিৰ দেহৰক্ষীক গঁতিয়ালে ব্রিকছ সন্মিলনৰ নিৰাপত্তা কর্মীয়ে
🔹 জোহান্সবার্গত অস্বস্তিত চীনৰ ৰাষ্ট্রপতি
বিশেষ বাৰ্তা, ২৪ আগষ্ট : ব্রিকছৰ মঞ্চত অপ্রস্তুত হৈ পৰিল চীনৰ ৰাষ্ট্রপতি ঝি জিনপিং৷ সভাকক্ষত প্রৱেশ কৰাৰ সময়ত গঁতিয়াই আঁতৰ কৰি দিয়া হ’ল জিনপিঙৰ দেহৰক্ষীক৷ এই ঘটনা ধৰা পৰিছে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এক ভিডিঅ’ত৷ ব্রিকছ সন্মিলনৰ দ্বিতীয় দিনা সংঘটিত হৈছে এই বিতর্কিত ঘটনা৷ ভাইৰেল হোৱা ভিডিঅ’ত দেখিবলৈ পোৱা…
Read More...