বিশ্বৰ আটাইতকৈ বিশাল কার্যালয় ভৱন
🔹 পেণ্টাগনক অতিক্রমি চমক
বিশেষ বাৰ্তা, ২১ জুলাই : বিশ্বৰ আটাইতকৈ ওখ প্রাসাদৰ নাম বুর্জ খলিফা৷ ডুবাইৰ এই বহুমহলীয়া অট্টালিকাক লৈ চর্চাৰ শেষ নাই৷ কিন্তু আটাইতকৈ বৃহৎ কার্যালয় ক’ত আছে, তাক লৈ কেতিয়াও আলোচনা নহ’ল৷ বৃহৎ কার্যালয় ভৱন হৈছে আমেৰিকাৰ পেণ্টাগন৷ বিশ্বৰ আটাইতকৈ বৃহৎ এই কার্যালয় ভৱন পেণ্টাগন ভার্জিনিয়াৰ বিশাল অঞ্চলত বিস্তৃত হৈ আছে ৷ এইবাৰ…
Read More...