মিছ ৱর্ল্ড প্রতিযোগিতা -ৰ পৰা নাম প্রত্যাহাৰ ইংলেণ্ডৰ সুন্দৰীৰ
🔹 মিছ ৱর্ল্ড প্রতিযোগিতা -ৰ পৰা নাম প্রত্যাহাৰ ইংলেণ্ডৰ সুন্দৰীৰ
🔹 ৭৪ বছৰীয়া ইতিহাসত প্রথম : আয়োজক সংস্থাৰ বিৰুদ্ধে অভিযোগ
🔹 প্রত্যাহাৰৰ ভয়ংকৰ কাৰণ নিজেই ব্যাখ্যা কৰিলে মিলা মেগিয়ে
নিউজ ডেস্ক, ২৬ মে’ : এই বছৰ বিশ্ব সুন্দৰী (মিছ ৱর্ল্ড) প্রতিযোগিতা চলি আছে হায়দৰাবাদত৷ যোৱা ১০ মে’ৰ পৰা এই প্রতিযোগিতা আৰম্ভ হৈছে৷ শেষ হ’ব আগন্তুক ৩১ মে’ত৷ ভাৰতৰ হৈ…
Read More...