বিদেশলৈ চেনি ৰপ্তানিত ভাৰত চৰকাৰৰ নিষেধাজ্ঞা
ডিজিটেল ডেস্ক, ১৪ মে' : মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ ইতিমধ্যে ঘৰুৱা ৰন্ধনশালাতো অনুভৱ হ’বলৈ আৰম্ভ কৰিছে। ইন্ধনৰ সংকটৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মিতব্যয়ী হোৱাৰ বাবে আহ্বান জনাইছে । এই পৰিস্থিতিত খাদ্য সামগ্ৰী আৰু অন্যান্য ঘৰুৱা সামগ্ৰীৰ ক্ষেত্ৰতো যাতে সংকট সৃষ্টি নহয়, সেয়া নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে এক ডাঙৰ পদক্ষেপ গ্ৰহণ…
Read More...