ৰাহুল গান্ধীয়ে টিকট পালে মাকে নাপাব! ঐতিহাসিক সিদ্ধান্তৰ দিশে কংগ্ৰেছ
বিশেষ বাৰ্তা, ১১ মেঃ ধৰা হওক ২০২৪-ৰ লোকসভা নিৰ্বাচন। কংগ্রেছে এখনৰ পাছত আনখন প্রার্থী তালিকা ঘোষণা কৰিছে। দেখা গ'ল ৰায়বেৰেলীত নাই ছোনিয়া গান্ধী। প্রিয়ংকা গান্ধী ভদ্ৰাকো টিকট দিয়া হোৱা নাই। গান্ধী পৰিয়ালৰ একমাত্র ৰাহুল গান্ধীয়ে প্রার্থী। কেনে হ'ব? এনেধৰণৰে ঐতিহাসিক সিদ্ধান্তৰ পথত আগুৱাবলৈ ওলাইছে কংগ্রেছ। সূত্রৰ খবৰ অনুসৰি, সোমবাৰে দিল্লীত কংগ্রেছ…
Read More...