বহুত হ’ল, এইবাৰ সমুখৰ পৰা যুঁজ দিবলৈ সাজু প্ৰশান্ত কিশোৰ
বিশেষ বাৰ্তা, ২ মেঃ সমস্ত জল্পনাৰ অৱসান। এইবাৰ সমুখৰ পৰা ৰাজনীতিত নামিলে আধুনিক চানক্য খ্যাত প্রশান্ত কিশোৰে। সোমবাৰে নির্ধাৰিত সময়ত ছ'চিয়েল মিডিয়াত নিজৰ দলৰ কথা ঘোষণা কৰিলে পিকেই। দলৰ নাম দিয়া হৈছে ‘জন সূৰজ’। নিজৰ টুইটাৰত তেওঁ লিখিছে বিহাৰৰ পৰাই আৰম্ভ কৰিব ‘জন সূৰজ’ৰ কাম। ৰাজনীতিত জনতাৰ মন বুজিবলৈ তেওঁ সক্ষম। জন গণৰ মন ইমান ভালকৈ বুজি পায় বাবেই…
Read More...