এলন মাস্কক ছুইগী কিনিবলৈ ক’লে শুভমানে, আপোনাৰ টি-২০ৰ বেটিঙতকৈ আমি এতিয়াও ক্ষীপ্ৰ
বিশেষ বাৰ্তা, ৩০ এপ্ৰিলঃ এটা টুইটেৰে চৰ্চাত ভাৰতীয় ক্ৰিকেটাৰ শুভমান গিল। কালি নিশা তেওঁ সদ্য টুইটাৰ ক্ৰয় কৰা ধনকুবেৰ এলন মাস্ক আৰু খাদ্য ডেলিভাৰী সংস্থা ছুইগীক উল্লেখ কৰি এটা টুইট কৰিলে। তেওঁ এলন মাস্কক অনুৰোধ জনাইছে ছুইগী ক্ৰয় কৰিবলৈ যাতে তেওঁলোকে সময়মতে খাদ্য ডেলিভাৰী দিব পাৰে। ইয়াৰ পাছতে এই সংক্ৰান্ত কি ভুল হৈছে সেই অৰ্ডাৰৰ সবিশেষ বিচাৰি ছুইগীৰ…
Read More...