আমি পিছুৱাবলৈ সাজু, কংগ্ৰেছৰ পৰা বিচ্ছিন্ন হ’ব গান্ধী পৰিয়াল!
বিশেষ বাৰ্তা, ১৪ মাৰ্চঃ যদি আপোনালোকে অনুভৱ কৰে যে আমাৰ নেতৃত্বত একাগ্ৰতা-সুস্থিৰতাৰ অভাৱ তেন্তে ৰাহুল, প্ৰিয়ংকা আৰু মই, আমি তিনিও পিছুৱাবলৈ সাজু। আমাৰ একো আপত্তি নাই। কংগ্ৰেছৰ কাৰ্যকৰী কমিটীৰ আগত এনেদৰেই প্ৰস্তাৱ দিছে ছোনিয়া গান্ধীয়ে। পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পাছত কালি অনুষ্ঠিত কংগ্ৰেছৰ বৈঠকত এনেদৰেই নিজৰ অসহায়তা প্ৰকাশ কৰে…
Read More...