ৰুছ সেনাৰ বোমাত নিহত নিউয়র্ক টাইমছৰ সাংবাদিক
নিয়মীয়া বাৰ্তা, ১৪ মাৰ্চঃ ইউক্রেইনৰ যুদ্ধত নিহত হৈছে ‘দ্য নিউয়র্ক টাইমছ’ কাকতৰ এগৰাকী সাংবাদিক৷ ৰাছিয়াৰ সেনাৰ গোলাবর্ষণত আহত হৈছে অন্য এগৰাকী সংবাদকর্মী৷ কিয়েভ প্রদেশৰ আৰক্ষীপ্রধান আন্দেই নেবিটোভে ইউক্রেইনৰ সংবাদ সংস্থাই প্রকাশ কৰা প্রতিবেদন অনুসৰি, কিয়েভৰ ইর্পিনত ৰুছ সেনাৰ আক্রমণত নিহত হৈছে নিউয়র্ক টাইমছৰ কর্মৰত সাংবাদিক ব্রেণ্ড ৰেণ্ডেৰ৷ এই…
Read More...