মাৰ্চৰ পৰা গৰমে দহিব দেশবাসীক
বিশেষ বাৰ্তা, ৩মাৰ্চঃ চলিত বছৰৰ মার্চৰ পৰা মে' মাহৰ ভিতৰত দেশৰ অধিকাংশ ঠাইতেই প্রচণ্ড গৰম পৰাৰ সম্ভাৱনা আছে। এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। তথ্য অনুসৰি, পশ্চিম, মধ্য তথা উত্তৰ-পশ্চিম ভাৰতত মার্চৰ পৰা মে' মাহৰ ভিতৰত তাপমাত্ৰা বৃদ্ধি পাব। পাৰাস্তম্ভৰ মান স্বাভাৱিকতকৈ বহু বেছি হ'ব। ৰক্ষা নাপাব দিল্লী তথা ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল। এই অঞ্চলত…
Read More...