ৱাৰ্নৰ মৃত্যুত ৰহস্য আছে নেকি, কৰা হ’ব মৰোনোত্তৰ পৰীক্ষা
বিশেষ বাৰ্তা, ৫ মাৰ্চঃ সম্ভৱতঃ হৃদৰোগত আক্রান্ত হৈ মৃত্যু হৈছে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ শ্বেন ৱার্নৰ। এই খবৰ প্ৰকাশ হোৱাৰ পাছতে চমকি উঠে সমগ্ৰ বিশ্ব। বহুতৰে মনত প্রশ্ন, এই মৃত্যুত কোনো ৰহস্য আছে নেকি? কিন্তু থাইলেণ্ড আৰক্ষীয়ে জনাইছে, ৱার্নৰ মৃত্যুত কোনো ৰহস্য নাই। নিয়ম অনুসৰি ৱার্নৰ দেহৰ মৰোনত্ত পৰীক্ষা কৰা হ'ব। তাৰ বাবে ক্রিকেটাৰগৰাকীৰ দেহ…
Read More...