ইউক্রেইন সংকটৰ মাজতে ৰাছিয়ালৈ ইমৰাণ খান
বিশেষ বাৰ্তা, ২২ফেব্ৰুৱাৰীঃ ইউক্রেইন সীমান্তৰ উত্তেজনাৰ মাজতেই ৰাছিয়া ভ্ৰমণলৈ যাবলৈ ওলাইছে পাকিস্তানৰ প্রধানমন্ত্রী ইমৰান খান। পাক বিদেশ মন্ত্রালয়ে জনোৱা অনুসৰি, অহা ২৩-২৪ ফেব্রুৱাৰীত মস্কোলৈ যাব ইমৰান খান। পাক কূটনৈতিক মহলৰ দাবী যে এই ভ্ৰমণে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পর্কক নতুন গঢ় দিব। ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনৰ মুখপাত্র ডিমিট্ৰী পেছকভে…
Read More...