আজি পঞ্জাবত একেটা পর্যায়তে ভোটগ্রহণ
নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ পঞ্জাব বিধানসভা নির্বাচনৰ আজি একেটা পর্যায়ত ভোটগ্রহণ অনুষ্ঠিত হ’ব৷ ঠিক তেনেদৰে উত্তৰ প্রদেশৰ তৃতীয় পর্যায়ৰ ভোটগ্রহণ হ’ব৷ পঞ্জাব বিধানসভাৰ ১১৭টা সমষ্টিত আজি পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৬ বজালৈকে ভোটগ্রহণ কৰা হ’ব৷ ১১৭টা সমষ্টিত ১,৩০৪ প্রার্থীৰ ভাগ্য ই ভি এমত বন্দী হ’ব৷ প্রার্থীৰ ভিতৰত ১,২১১ পুৰুষ আৰু ৯৩গৰাকী মহিলা৷
মন…
Read More...